Zubeen Garg ft Deeplina Deka Bhobai Nasilu Lyrics || জুবিন গাৰ্গ দ্বীপলিনা ডেকা - ভবাই নাছিলো

Song: Bhobai Nasilu
Singer: Zubeen Garg ft Deeplina Deka

Zubeen Garg Bhobai Nasilu Lyrics in Assamese

ভবাই নাছিলো মোৰ দৰে
তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে
জনাই নাছিলোঁ মোৰ বাবে
তোমাৰ হিয়াত
প্ৰীতিৰ ঢৌ বোৰেও খেলি থাকে
ভবাই নাছিলোঁ মোৰ দৰে
তোমাৰ চকুৰ
পিয়াঁহ টুপিও হয় মোৰে
জনাই নাছিলো মোৰ বাবে
তোমাক নিমাত
জোনাক বোৰেও খেদি ফুৰে

লিখি লিখি থোৱা
অলেখ কবিতাৰ শব্দ তোমাৰ… আৱেগৰে
ভবাই নাছিলোঁ মোৰ বাবে
তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে

তুমি চুলে সোণ
মায়া জাগি উঠে
তুমি প্ৰজাপতি ৰ'দে জানে
তুমি চালে চোন
জোন তৰা বোৰে
পোহৰ সামৰে আউসীতে
শেষ উশাহেও ল'ব তোমাতেই জিৰণি
তুমি যে মোৰ আধা লিখা জীয়া কাহিনী

মোৰ মন তোমাতেই শেৱালি
মোৰ প্ৰাণ তোমাতেই আজৰি
মোৰ মন তোমাতে অভিমানী
মোৰ প্ৰাণ তোমাতেই শান্তি

জনাই নাছিলো মোৰ বাবে
তোমাৰ হিয়াত
প্ৰীতিৰ ঢৌ বোৰেও খেলি থাকে
ভবাই নাছিলো মোৰ বাবে
তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে। 

Zubeen Garg Bhobai Nasilu Lyrics in English / Roman

bhobai nasilu mor dore
tumar bukur hoponboro je sare thake
jonai nasilu mor babe
tumar hiyat
preetir dhou boreo kheli thake
bhobai nasilu mor dore
tumar chokur
piah tupio hoy more
jonai nasilu mor babe
tumak nimat
junak boreo khedi fure

likhi likhi thowa
olekh kabitar xabdo tumar… abegore
bhobai nasilu mor babe
tumar bukur hoponboro je sare thake

tumi sule son
maya jagi uthe
tumi projapoti rode jane
tumi sale son
jon tora bore
pohor samore aauxeete
hekh uxaheo lobo tumatei jironi
tumi je mor aadha likha jiya kahini

mor mon tumatei sewali
mor pran tumatei aajori
mor mon tumate ovimani
mor pran tumatei shaanti

jonai nasilu mor babe
tumar hiyat
preetir dhou boreo kheli thake
bhobai nasilu mor babe
tumar bukur hoponboro je sare thake.

Related Posts