Babu Baruah Rati Ahe Oi Endhar Logote Loi Lyrics ৰাতি আহে ঐ...এন্ধাৰ লগতে লৈতোমাক বিচাৰোঁ জোনাকী বুলিতোমাক বিচাৰোঁ লগৰী বুলিযৌৱনেৰে...নিজান পৰততোমাক বিচাৰোঁ...তোমাক বিচাৰোঁ...হৃদয়ৰ সঁফুৰাত...সপোনৰ আলফুলেতোমাক সাৱটিতোমাক বিচাৰোঁ...তোমাক বিচাৰোঁ...